ঘুলি
ghuli
অৰ্থ
1.
নৈৰ দাঁতিত দ পানী থকা, বৰ সোঁত নথকা আৰু বতাহে নোপোবা কুঢ়; ঘোপ
an inlet of a river which is used as a place of safety for boats; a harbour
বি.
2.
আশ্ৰয়ৰ ঠাই
a shelter; a place of safety
বি.
3.
ম'হ, গাহৰি আদি জন্ত্তবে লেটি লোবা খাল
a small pool of puddle where buffaloes or other animals wallow
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ