← ফুৰি যাওক

ঘুলি ল

অৰ্থ

1.

বোকাত লেটি ল

to roll in mud as a buffalo

2.

পাপ-কৰ্ম্মত লিপ্ত হ

to be addicted to vice

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ঘুলি ল · অসমীয়া অভিধান