কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ৰ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ৰতrataAdjective
আসক্ত; ভাল পোবা
addicted
- ৰত-ৰতীয়াrata-ratīẏāAdjective
ছাল ছিগি ৰঙা মঙহ ওলোবা
exposing the red flesh, as a sore; an abrasion of the skin
- ৰতনratanaNoun
"ৰত্ন" শব্দৰ কোমল ৰূপ।
- ৰতায়নীCommon Noun
a woman who engages in sexual intercourse for money
- ৰতিratiNoun
"ৰাতি" চোবাঁ।
- ৰতি উৎসৱro.ti ut.xobVerbal Noun
সুৰাপান আৰু অবাধ যৌন মিলনেৰে কৰা উৎসৱ/ ধৰ্মীয় আচাৰ ৷
a party at which there is a lot of eating,drinking and sexual activity
- ৰতি সেৱাro.ti xe.waVerbal Noun
সুৰাপান আৰু অবাধ যৌন মিলনেৰে কৰা উৎসৱ/ ধৰ্মীয় আচাৰ ৷
a party at which there is a lot of eating,drinking and sexual activity
- ৰতি-ক্ৰিয়াNoun
মতা তিৰোতাৰ সঙ্গম; শৱঙ্গাৰ
copulation; coition
- ৰতি-বিহ্বলAdjective
সঙ্গমৰ ইচ্ছাৰে আতুৰ; অতিশয় কামাতুৰ
afflicted with desire for copulation; lustful
- ৰতি-শাস্ত্ৰro.ti-xas.troProper Noun
বিপৰীত লিঙ্গৰ মাজত, বিশেষকৈ মানুহৰ ক্ষেত্ৰত, হোৱা যৌন-ক্ৰিয়া বিষয়ক জ্ঞান বা অধ্যয়ন
the study of sex or of the interaction of the sexes especially among human beings
- ৰতি-ৰঙ্গro.ti-rong.goVerbal Noun
পুৰুষ-তিৰোতাই কাম-ভাৱত পৰস্পৰক চুম্বন, আলিঙ্গন আদি কৰা কাৰ্য্য ৷
Playful behaviour (such as kissing, hugging, etc.) intended to arouse sexual interest.
- ৰতিকংকro.ti.kong.koProper Adj.
কামভাৱত প্ৰবলভাৱে আসক্ত।
inclined to, characterized by, or inciting to lust or lechery.
- ৰতিকান্তro.ti.kan.toProper Noun
হিন্দু ধৰ্মৰ বিশ্বাস অনুসৰি কামদেৱ প্ৰেমৰ দেৱতা৷
Hindu god of love and erotic desire.
- ৰতিক্ৰিয়াro.ti.kriyaVerbal Noun
পুৰুষ আৰু মহিলাৰ মাজত যৌন ক্ৰিয়া; যৌন সন্তুষ্টি নোহোৱা পৰ্য্যন্ত পুৰুষৰ যৌনাঙ্গ স্ত্ৰীৰ যোনিৰ ভিতৰলৈ সুমাই দি উত্তেজিত কৰা কাৰ্য্য।
The act of sexual procreation between a man and a woman; the man's penis is inserted into the woman's vagina and excited until orgasm and ejaculation occur.
- ৰতিক্ৰীড়াVerbal Noun
পুৰুষ-তিৰোতাই কাম-ভাৱত পৰস্পৰক চুম্বন, আলিঙ্গন আদি কৰা কাৰ্য্য ৷
Playful behaviour (such as kissing, hugging, etc.) intended to arouse sexual interest.
- ৰতিকৰ্মro.ti.kor.moVerbal Noun
পুৰুষ আৰু মহিলাৰ মাজত যৌন ক্ৰিয়া; যৌন সন্তুষ্টি নোহোৱা পৰ্য্যন্ত পুৰুষৰ যৌনাঙ্গ স্ত্ৰীৰ যোনিৰ ভিতৰলৈ সুমাই দি উত্তেজিত কৰা কাৰ্য্য।
The act of sexual procreation between a man and a woman; the man's penis is inserted into the woman's vagina and excited until orgasm and ejaculation occur.
- ৰতিপতিro.ti.po.tiProper Noun
হিন্দু ধৰ্মৰ বিশ্বাস অনুসৰি কামদেৱ প্ৰেমৰ দেৱতা৷
Hindu god of love and erotic desire.
- ৰতিপৰায়ণro.ti.po.ra.yonProper Adj.
কামভাৱত প্ৰবলভাৱে আসক্ত।
inclined to, characterized by, or inciting to lust or lechery.
- ৰতিবিদ্যাProper Noun
বিপৰীত লিঙ্গৰ মাজত, বিশেষকৈ মানুহৰ ক্ষেত্ৰত, হোৱা যৌন-ক্ৰিয়া বিষয়ক জ্ঞান বা অধ্যয়ন
the study of sex or of the interaction of the sexes especially among human beings
- ৰতিবিহ্বলro.ti.bih.bolProper Adj.