← ফুৰি যাওক

ৰত-ৰতীয়া

rata-ratīẏā

অৰ্থ

1.

ছাল ছিগি ৰঙা মঙহ ওলোবা

exposing the red flesh, as a sore; an abrasion of the skin

বিণ.

2.

তেজাল; বলী; কোনো ঘুণ নথকা

powerful; without any defect

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ