← ফুৰি যাওক

ৰতি

rati

অৰ্থ

1.

"ৰাতি" চোবাঁ।

বি.

2.

আসক্তি; প্ৰবল ইচ্ছা; হেঁপাহ

attachment; strong desire for

বি.

3.

শৱঙ্গাৰ

copulation

বি.

4.

কামদেবৰ ভাৰ্য্যা

the wife of Kāma, the Indian Cupid

বি.

5.

এটা লাটুমণিৰ সমান জোখৰ; এক অনাৰ দুভাগৰ এভাগ জোখ

one-sixth of an anna in weight

বি.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ৰতি · অসমীয়া অভিধান