কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘থ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- থোৰাthorāNoun
অলপ; এখন্তক; বিণ. খন্তেকীয়া; যেনে-"জীবন যৌবন থোৰ। সব মায়াময় ছোৰ" (বৰগীত)।
- থোৰ্থোৰ ৰাটিthorthora, rāṭiAdverb
নমতা নোবোলাকৈ
without speaking anything; silently
- থৌ-থৌবাthau-thaubāAdjective
জৰজৰীয়া।
- থৌ-বাথৌthau-bāthauAdjective
বৰকৈ লৰ-চৰ বা সঞ্চালিত হোবা; বৰকৈ তল-ওপৰ হোবা; উত্তেজিত হোবা
violently agitated; excited
- থৌকি-বাথৌthauki-bāthauAdjective
বৰকৈ লৰ-চৰ বা সঞ্চালিত হোবা; বৰকৈ তল-ওপৰ হোবা; উত্তেজিত হোবা
violently agitated; excited
- থৌকিবাথৌthou.ki.ba.thouProper Adj.
বতাহ, তাপ বা অনুভূতিৰ প্ৰভাৱত তীব্ৰভাৱে আন্দোলিত
moved or disturbed violently due to wind, temperature or feelings
- থ্ৰমব’চিছAbstract Noun
কোনো ৰক্ত শীৰাত তেজ গোট মাৰি ভয়ানক পৰিনতি কৰা অৱস্থা
a serious condition caused by a blood clot forming in a blood vessel
- থৰtharaNoun
ধানৰ পাঁচোটা, ছটা বা আঠোটা মুঠি
five, six or eight bundles of paddy
- থৰ থৰ কৰেAdverb
বৰকৈ কঁপি
violently (said of trembling)
- থৰ লাগি চাthor la.gi saVerb-Trans.
অনুসন্ধিৎসা, আশ্চৰ্য্য, ভয় আদিৰ বশৱৰ্ত্তী হৈ থৰ লাগি চা
look fixedly, esp. in curiosity, surprise, horror, etc
- থৰ লাগ্thor lagVerb-Intran.
চকু ডাঙৰ কৰি আচৰিত হৈ বা ঠৰ লাগি চা, বিস্ফোৰিত অক্ষিৰে নিৰীক্ষণ কৰ৷
to stare with wide and bulging eyes.
- থৰ-কাছুটিAbstract Noun
লৰচৰ নোহোৱা বা সুস্থিৰে থকা গুণ ।
The quality of being enduring and free from change or variation.
- থৰ-কাছুটি এৰ্
বিতত হ; তত হেৰুবা; কলৈ যাওঁ, কি কৰোঁ হ
to lose one's presence of mind
- থৰ-কাছুটি হেৰুৱাthor-ka.su.ti he.ru.waVerb-Intran.
সময়, স্থান বা ব্যক্তি সাপেক্ষে খেলি-মেলি লাগ৷
Become impaired orientation with respect to time, place, or person; a disturbed mental state
- থৰ-বৰthor-borProper Adj.
অস্থিৰভাৱে লৰচৰ কৰা
having small and irregular movements
- থৰ-যুগুতি এৰ্
বিচূৰ্ত্তি হ; বিবুদ্ধি হ
to be lost in amazement; to be perplexed
- থৰকtharakaAdjective
বাৰ্দ্ধক্যজনিত কঁপা-অবস্হা; থৰক্-ৰবক্ বিণ. কঁপা; অস্হিৰ; অধীৰ; লৰক-ফৰক
unsteady; tremulous
- থৰক বৰকtho.rok.bo.rokProper Adj.
দৃঢ় নোহোৱা৷
(of a base) not firmly fixed at the ground.
- থৰক-বৰকtho.rok-bo.rokProper Adj.
অস্থিৰভাৱে লৰচৰ কৰা
having small and irregular movements
- থৰথৰিtharathariNoun
অতিশয় কঁপনি; বৰ ব্যাকুল অবস্হা
trembling; state of being amazed