থৰক
tharaka
অৰ্থ
1.
বাৰ্দ্ধক্যজনিত কঁপা-অবস্হা; থৰক্-ৰবক্ বিণ. কঁপা; অস্হিৰ; অধীৰ; লৰক-ফৰক
unsteady; tremulous
বিণ.
2.
অঠিক; কথা লৰচৰ কৰা; যেনে-"থৰক-বৰক কথা"
differing; discrepant
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ