← ফুৰি যাওক

থোৰা

thorā

অৰ্থ

1.

অলপ; এখন্তক; বিণ. খন্তেকীয়া; যেনে-"জীবন যৌবন থোৰ। সব মায়াময় ছোৰ" (বৰগীত)।

বি.

সমাৰ্থক শব্দ

2.

ঢেঁকী-থোৰা; ঢেঁকীৰ আগ-মূৰত লগাই খুবলিত ধান খুন্দা গোটা মাৰি

the pestle of a rice-cleaning pedal

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

থোৰা · অসমীয়া অভিধান