কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘চ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- চতুঃপঞ্চাশত্তমso.tuh.pon.sa.xot.tomProper Noun
পঞ্চাশতকৈ চাৰি বেছি ৷
four more than fifty; the symbol denoting 54. (৫৪ in Assamese)
- চতুঃষষ্ঠিতমso.tuh.xos.thi.tomProper Noun
ষাঠিতকৈ চাৰি বেছি ৷
four more than sixty; the symbol denoting 64. (৬৪ in Assamese)
- চতুঃসপ্ততিতমso.tuh.xop.to.ti.tomProper Noun
সত্তৰতকৈ চাৰি বেছি ৷
four more than seventy; the symbol denoting 74. (৭৪ in Assamese)
- চতুবাcatubāAdjective
চ'ত মাহত ওপজা বা হোবা
born or produced in the month of Caitra
- চতুলাAbstract Noun
আকাশত, ডাৱৰত খন্তেকীয়াকৈ হোৱা বিদ্যুতৰ চমকনি।
a brilliant electric spark discharge in the atmosphere, occurring within a thundercloud, between clouds, or between a cloud and the ground.
- চতুশ্চত্বাৰিংশso.tus.sot.ba.ring.xoProper Noun
চল্লিছকৈ চাৰি বেছি ৷
four more than forty; the symbol denoting 44. (৪৪ in Assamese)
- চতুশ্চত্বাৰিংশত্তমso.tus.sot.ba.ring.xot.tomProper Noun
চল্লিছকৈ চাৰি বেছি ৷
four more than forty; the symbol denoting 44. (৪৪ in Assamese)
- চতুষ্কso.tus.koProper Noun
চাৰিডাল সৰল ৰেখাৰে আগুৰা ক্ষেত্ৰ ।
A flat shape with four sides (straight)
- চতুষ্কোণcatuṣkoṇaAdjective
চাৰি-চুকীয়া; চাৰি কোণ বা চুক থকা
having four angles or corners
- চতুষ্কৰProper Noun
হিন্দু ধৰ্মৰ তিনিজন প্ৰধান উপাস্য দেৱতাৰ মাজৰ এজন৷
One of the principal Hindu deities
- চতুষ্টয়Abstract Noun
এটা আয়তক্ষেত্ৰ, যাৰ আটাইকেইটা বাহু সমান
a rectangle having all four sides of equal length
- চতুষ্পথcatuṣpathaNoun
চাৰিটা বাট লগ-হোবা ঠাই; চাৰি-আলি
a junction of four roads; a square
- চতুষ্পদcatuṣpadaNoun
চাৰি ঠেং
four legs
- চতুষ্পদীAdjective
চাৰি ঠেং থকা
having four legs
- চতুষ্পাঠীcatuṣpāṭhīNoun
ব্যাকৰণ, কাব্য, স্মৱতি আৰু দৰ্শন-এই চাৰি শাস্ত্ৰ বা নানা শাস্ত্ৰ পঢ়ুওবা পঢ়াশালি; টোল।
- চতুষ্পাদcatuṣpādaNoun
চাৰি ঠেং
four legs
- চতুস্ত্ৰিংশs.tus.tring.xoProper Noun
ত্ৰিশতকৈ চাৰি বেছি ৷
four more than thirty; the symbol denoting 34 (৩৪ in Assamese)
- চতুস্ত্ৰিংশত্তমso.tus.tring.xot.tomProper Noun
ত্ৰিশতকৈ চাৰি বেছি ৷
four more than thirty; the symbol denoting 34 (৩৪ in Assamese)
- চতুৰcaturaAdjective
বুধিয়ক; টেঙৰ
cunning; clever
- চতুৰ বয়নProper Noun
জগত বা ব্ৰহ্মাণ্ডৰ সৃষ্টি কৰোঁতা, ত্ৰিমূৰ্তিৰ প্ৰথমজন দেৱতা ৷
One of the trilogy of Hindu Mythology. Considered to be the creator of the Universe.