← ফুৰি যাওক

চতুষ্কোণ

catuṣkoṇa

অৰ্থ

1.

চাৰি-চুকীয়া; চাৰি কোণ বা চুক থকা

having four angles or corners

বিণ.

2.

চাৰি-চুকীয়া ক্ষেত্ৰ

a square

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

চতুষ্কোণ · অসমীয়া অভিধান