চতুষ্পদী
অৰ্থ
1.
চাৰি ঠেং থকা
having four legs
বিণ.
2.
চাৰি ঠেং থকা জন্ত্ত
a quadruped
বি.
3.
চাৰি পদ বা ফাকি থকা শ্লোক বা পদ্য; চাৰি-ফকীয়া শ্লোক
a verse consisting of four lines
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ
চাৰি ঠেং থকা
having four legs
বিণ.
চাৰি ঠেং থকা জন্ত্ত
a quadruped
বি.
চাৰি পদ বা ফাকি থকা শ্লোক বা পদ্য; চাৰি-ফকীয়া শ্লোক
a verse consisting of four lines
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ