কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘আ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- আওকাণ কৰ্au.kan korVerb-Trans.
ইচ্ছাকৃতভাৱে কোনো বিষয় বা প্ৰশ্নৰ পৰা এৰাই চল্
to intentionally avoid an issue or a question
- আওকালāokālaNoun
অশুভ কাণ; অসময়; বেয়া বতৰ
bad or inauspicious time; unreasonable weather
- আওকাল্āokālTransitive verb
আঁকোবাল্।
- আওকিলāokilaNoun
পাচলৈ বা একতীয়াকৈ কিলাকুটিৰে মৰা কিল
a backward or sideward blow struck with the elbow
- আওখটিāokhaṭiNoun
আখটি; আমনি; জেউৰ; ল'ৰাৰ ঠেহ
vexation; childish whim
- আওখটীয়াAdjective
আওখটি কৰা; আমনি কৰা; জেউৰ ধৰা; ঠেহ ধৰা
whimsical like a child
- আওখাটao`.khatAbstract Noun
অতিমাত্ৰা শক্তি প্ৰয়োগ কৰি আমনি কৰা৷
act of extreme forceful troubling.
- আওখালao’.khalVerb-Trans.
নঘঁহা-নমজাকৈ অলপ পানীৰে ধো ৷
to wash (utensils) without rubbing or using soap, using little water.
- আওখাল্āokhālTransitive verb
অলপকৈ ধো বা নিকা কৰ্; নঘঁহা-নমজাকৈ পৰিষ্কাৰ কৰ্ (পাত্ৰ)
wash slightly or without rubbing
- আওগৰীয়াāogarīẏāAdjective
ক্ৰমে এফালে চাপৰ বা কাতি হৈ যোবা; এঢলীয়া; হেলনীয়া
sloping or gradually descending towards one side
- আওগৰুāogaruNoun
গো-মূৰ্খ; গৰুৰো অধম; অতি মূৰ্খ
a dunce; a very foolish person
- আওঘটনাāoghaṭanāNoun
দুৰ্ঘটনা; নহ'ব লগাত হোবা ঘটনা
mishap; an unforeseen event
- আওচৰীয়াāocarīẏāAdjective
আওহতীয়া
out of the way
- আওটনিāoṭaniNoun
যি ঠাইত কাঁহী-বাট আদি সাজ পৰিষ্কাৰ কৰা হয়; চুবা-পাতনি; বেয়া বস্ত্ত পেলোবা ঠাই; জাবৰ পেলোবা ঠাই
a place where filth and refuse are thrown
- আওটনি পাচিCommon Noun
A container for keeping household refuse or leftovers.
- আওঠা-ওলগ্āoṭhā-olagIntransitive verb
অতি হীনভাবে খাট্; বৰ হীনভাবে আলপৈচান ধৰ্ বা সেবা কৰ্; যেনে-ডাঙৰীয়াৰ ইমান দিন আওঠা-ওলগিও ভালৰি বোলাব নোবাৰিলো
to serve meanly; to cringe
- আওডাল্āoḍālTransitive verb
জোঁকাৰ্; ঘনে ঘনে লৰা; সঞ্চালন কৰ্
shake
- আওডুবিāoḍubiNoun
বৰ দ কুঁড় বা ডুবি; নৈৰ বৰ দ ঠাই
a very deep place in a river
- আওঢলীয়াāoḍhalīẏāAdjective
এঢলীয়া; কেয়োপিনে জুৰি নহৈ এফালে হোবা; যেনে-ধুমূহা বতাহজাক আওঢলীয়া হৈ গ'ল
blowing or sweeping on one side
- আওঢালেAdverb
বেয়াফালে; যিফালে হ'ব নালাগে সেইফালে; যেনে-বতাহে গছজোপা আওঢালে পেলালে
on the wrong side