← ফুৰি যাওক

আওটনি

āoṭani

অৰ্থ

1.

যি ঠাইত কাঁহী-বাট আদি সাজ পৰিষ্কাৰ কৰা হয়; চুবা-পাতনি; বেয়া বস্ত্ত পেলোবা ঠাই; জাবৰ পেলোবা ঠাই

a place where filth and refuse are thrown

বি.

2.

চাকনৈয়া; নৈৰ পকনীয়া

a whirlpool

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

আওটনি · অসমীয়া অভিধান