আওঢলীয়া
āoḍhalīẏā
অৰ্থ
1.
এঢলীয়া; কেয়োপিনে জুৰি নহৈ এফালে হোবা; যেনে-ধুমূহা বতাহজাক আওঢলীয়া হৈ গ'ল
blowing or sweeping on one side
বিণ.
2.
একতীয়া; এবৰীয়া; এটা বাৰ আনটোতকৈ তললৈ যোবা; যেনে-নাওখন আওঢলীয়া হৈছে
leaning on one side
বিণ.
3.
এফালে চাপৰ; আওগৰীয়া; যেনে-আওঢলীয়া ভেটি
sloping towards one side
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ