কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ঘ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ঘাম-কালিghāma-kāliNoun
গ্ৰীষ্ম-কাল; জহ-কাল; জহৰ দিন
the hot season
- ঘাম-গাঁড়ghāma-gām̐ṛaNoun
তাপৰপৰা হোবা এবিধ খহু
a kind of boil
- ঘাম-গাঁৰghāma-gām̐raNoun
তাপৰপৰা হোবা এবিধ খহু
a kind of boil
- ঘামকালgham.kalAbstract Noun
বছৰটোৰ ভিতৰত সৰ্ব্বোচ্চ বায়ুমণ্ডলীয় উষ্ণতা বিৰাজ কৰা ঋতু, উত্তৰ গোলাৰ্দ্ধত জুন-জুলাই মাহত
the season when the temperature is the highest in the year, i.e. June-July in the Northern hemisphere
- ঘামকালিgham.ka.liAbstract Noun
বছৰটোৰ ভিতৰত সৰ্ব্বোচ্চ বায়ুমণ্ডলীয় উষ্ণতা বিৰাজ কৰা ঋতু, উত্তৰ গোলাৰ্দ্ধত জুন-জুলাই মাহত
the season when the temperature is the highest in the year, i.e. June-July in the Northern hemisphere
- ঘামচিghāmaciNoun
ঘামৰপৰা গাত হোবা সৰু সৰু ফুটফুটীয়া ফোঁহা
prickly heat
- ঘাম্Verb-Intran.
ছালৰ ৰন্ধ্ৰৰ মাজেৰে পানীৰ কণিকা বাহিৰ কৰি দে
to discharge moisture (sweat) through the pores of the skin
- ঘাম্; ঘাম ওলাIntransitive verb
তাপৰ কাৰণে গাৰ ৰস বাজ হ
to perspire
- ঘামৰুলgham.rulCommon Noun
তিঞহ জাতিৰ এবিধ গুটি ৷ ই দেখাত প্ৰায়ে কণীটোৰ আকৃতিৰ আৰু গাত বগা আঁক টনা আছে ৷
A oval shaped wild cucurbitaceous fruit and its plant .
- ঘালীghālīNoun
-বধ কৰোঁতা; বধী; যেনে-"বালী-বানৰ-ঘালী" (বৰগীত)
one who kills; a destroyer
- ঘাল্ghālTransitive verb
কুবাক্য বা গালিৰে ঘাঁট্; লুকাই ৰখা বা নক'ব লগীয়া কথা উজাৰি গালি পাৰ্; অতিশয়ৰূপে গালি পাৰ্
to revile severely; to abuse by raking up unpleasant secrets
- ঘাসবিজ্ঞানAbstract Noun
ঘাঁহ-বন সম্পৰ্কে কৰা অধ্যয়ন
study of grass
- ঘাহghahCommon Noun
ঠেক পাতৰ সেউজীয়া উদ্ভিদ, যাক চৰণীয়া জীৱ-জন্তুৰ খাদ্য হিচাপে সেউজীয়া বা শুকান অৱস্থাত ব্যৱহাৰ কৰা হয়
narrow-leaved green herbage: grown as lawns; used as pasture for grazing animals; cut and dried as hay
- ঘাড়Common Noun
মানুহ বা জন্তুৰ শৰীৰৰ যিটো অংশই মূৰ আৰু দেহাৰ বাকী অংশক সংযোগ কৰে
The part of the body of an animal or human being that connects the head and the trunk.
- ঘাৰghāraNoun
গলধন; ডিঙিৰ পাছ ভাগ
the back of the neck
- ঘাৰ মোচৰ্
মাৰিবৰ বা দুখ দিবৰ কাৰণে ডিঙি পকা
to twist the neck
- ঘাৰ লাগ্ghāra, lāg
পঁচি খেলোঁতে কড়ি পকিবলৈ ঢালত যিমান মাৰিব লাগে তাতকৈ এক সংখ্যা কম [এই ঘাৰ দহ বা পঁচি নেমাৰিলে নেভাগে।]।
- ঘাৰ-মোচৰাNoun
মাৰিবৰ বা দুখ দিবৰ কাৰণে যি ডিঙি পকায় বা মোচৰে; ডিঙি পকাওঁতা
one who wrings the neck
- ঘাৰুবাghārubāAdjective
বৰ দুষ্ট; অঘাইত
very wicked
- ঘাৰুৱাgha.ru.waProper Adj.
যি উৎপাত কৰি থাকে৷
badly behaved (used esp. in speaking to or about children)