ঘাল্
ghāl
অৰ্থ
1.
কুবাক্য বা গালিৰে ঘাঁট্; লুকাই ৰখা বা নক'ব লগীয়া কথা উজাৰি গালি পাৰ্; অতিশয়ৰূপে গালি পাৰ্
to revile severely; to abuse by raking up unpleasant secrets
সক. ধা.
2.
উবাৰ কৰ্; নাশ কৰ্; যেনে-"বালী ঘালি সুগ্ৰীবক পাট" (বৰগীত); . ঘাঁটি বা জোকাৰি আঘাত কৰ্; যেনে-"জাম্প দিয়া কালীয়ক ধৰি ঠোটে ঘালি" (দশম)
to destroy; kill ; to shake or thrash violently
সক. ধা.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ