← ফুৰি যাওক

ঘাৰ-মোচৰা

অৰ্থ

1.

মাৰিবৰ বা দুখ দিবৰ কাৰণে যি ডিঙি পকায় বা মোচৰে; ডিঙি পকাওঁতা

one who wrings the neck

বি.

2.

ডিঙি পকাই দুখ দিয়া কাৰ্য্য

the act of wringing the neck

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ