কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ক’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- কচ্ কচনি
কচ্ কচ্ কৰা কাৰ্য্য।
- কচ্ কচাIntransitive verb
গা জোকাৰি বা ধৰ্ ফৰাই থাক্; লৰচৰ কৰি থাক্; থিৰেৰে নেথাক্; গাত খজুবতি বোধ কৰ্
to be restless; to have sensation of pricking
- কচ্ কচীয়াAdjective
কচ্ কচাই থকা
restless
- কচ্ কচ্kac, kacNoun
কেঁচা কোমল বস্ত্ত কাটোঁতে বা চোবাওঁতে নতুবা গা খজুবাওঁতে হোবাৰ নিচিনা শব্দ
an imitative word uśed to express the sound like that of chewing a raw or soft thing or scratching the body
- কচ্ছkos.soAbstract Noun
সাগৰ, হ্ৰদ, নদী আদিৰ পানীৰ পৰিসীমাৰ দাঁতিত স্থলভাগ, যি সাধাৰণতে বালি, শিল বা পলসেৰে ভৰি থাকে।
The zone above the water line at end the edge of a water body like sea, lake, river etc, marked by an accumulation of sand, stone, or gravel that has been deposited by the tide or waves.
- কচ্ছপkacchapaNoun
কাছ
a tortoise; a turtle; chelonia
- কচ্কচিয়াkos.ko.si.yaProper Adj.
ঢিলা বা কোমল অৱস্থা৷ যেনে- কচ্কচিয়া বোকা৷
ঢিলা বা কোমল অৱস্থা৷ যেনে- কচ্কচিয়া বোকা৷
- কচৰ-কামোৰkacara-kāmoraNoun
কোনো কথা বা কাৰ্য্যত বৰকৈ লাগি ধৰা
persistence
- কচৰত্ko.so.rotVerbal Noun
পাৰদৰ্শিতা বঢ়াবৰ কাৰণে একেটা কামকে বাৰে-বাৰে কৰা।
repeat a work to improve skill.
- কচৰ্ কচৰkacar, kacaraNoun
কোনো অস্ত্ৰ বা দাঁতেৰে বস্ত্ত কুটোঁতে হোবা শব্দৰ নিচিনা শব্দ
an imitative word used to express the sound produced by biting or cutting a comparatively hard thing
- কচৰ্ কৰে
'কচৰ' শব্দ কৰি; অকস্মাৎ (কটা বা কামোৰা)
suddenly (said of biting or cutting)
- কচৰৎkacaratNoun
অঙ্গ-সঞ্চালন; কুন্তী; ব্যায়াম
drill; physical exercise
- কছবীko.so.biCommon Noun
a woman who engages in sexual intercourse for money
- কছমkachamaNoun
শপথ
an oath
- কছাkachāTransitive verb
কাপোৰ পিন্ধা
to cause to be dressed
- কছাইkachāiNoun
পশু মাৰি তাৰ মঙহ বেচা লোক
a butcher
- কছাৰীkachārīNoun
অসমত বাস কৰা এজাতি মানুহ
the Kacharis
- কছাৰী-মোৰkachārī-moraNoun
এড়ীয়া কাপোৰৰ আগত বগা সূতাৰে গাঁঠি দিয়া মোৰ।
- কছাৰী-শালিkachārī-śāliNoun
এবিধ শালি-ধান।
- কছুৰkachuraNoun
অপৰাধ; দোষ; ত্ৰুটি
offence; failure; deficiency