← ফুৰি যাওক

কচ্ কচ্

kac, kac

অৰ্থ

1.

কেঁচা কোমল বস্ত্ত কাটোঁতে বা চোবাওঁতে নতুবা গা খজুবাওঁতে হোবাৰ নিচিনা শব্দ

an imitative word uśed to express the sound like that of chewing a raw or soft thing or scratching the body

বি.

2.

গাত খজুবতি ধৰিলে যেনে লাগে বা বোধ হয়, তাক বুজোবা শব্দ

an imitative word used to express the sensation caused by itching or twingeing

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ