← ফুৰি যাওক

কচৰ্ কচৰ

kacar, kacara

অৰ্থ

1.

কোনো অস্ত্ৰ বা দাঁতেৰে বস্ত্ত কুটোঁতে হোবা শব্দৰ নিচিনা শব্দ

an imitative word used to express the sound produced by biting or cutting a comparatively hard thing

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

কচৰ্ কচৰ · অসমীয়া অভিধান