কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ঘ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ঘাতসহনীয়ghat.xo.ho.niyoProper Adj.
নভঙাকৈ ৰূপ সলনি কৰিব পৰা, বিশেষকৈ সোণৰ দৰে কিছুমান ধাতুৰ এনে গুণ, যাৰ কাৰণে ইহঁতক হাতুৰীয়ে মৰিয়াই চেপেটা কৰিব কা তাঁৰৰ দৰে ভাঁজ দিব পাৰি ৷
able to undergo change of form without breaking, especially that quality of certain metal such as gold because of which it can be hammered out thin or can be drawn into wire
- ঘাতসহিষ্ণুghat.xo.his.nuProper Adj.
নভঙাকৈ ৰূপ সলনি কৰিব পৰা, বিশেষকৈ সোণৰ দৰে কিছুমান ধাতুৰ এনে গুণ, যাৰ কাৰণে ইহঁতক হাতুৰীয়ে মৰিয়াই চেপেটা কৰিব কা তাঁৰৰ দৰে ভাঁজ দিব পাৰি ৷
able to undergo change of form without breaking, especially that quality of certain metal such as gold because of which it can be hammered out thin or can be drawn into wire
- ঘাতস্থানAbstract Noun
কসাইবোৰে জন্তু/কুকুৰা আদি বধ কৰা ঘৰ |
A building where animals are killed/butchered for food.
- ঘাতাংকgha.tang.koAbstract Noun
গণনাৰ সুবিধাৰ কাৰণে তালিকাবদ্ধ কৰা গাণিতিক প্ৰক্ৰিয়াসমূহৰ এটা৷ ইয়াক log শব্দেৰে সূচোৱা হয়৷
One of a series of arithmatic exponents tabulated to simplify computation. It is denoted using the word log.
- ঘাতাংকীয়gha.tang.ki.yoProper Adj.
ঘাতাংক সম্বন্ধীয়, ঘাতাংকৰ লগত জড়িত, ঘাতাংক ব্যৱহাৰ কৰি কৰা গণনা
of or relating to or using logarithms
- ঘাতিকাFeminine; Noun
ঘাতন বধ বা নষ্ট কৰা কাৰ্য্য
the act of killing or destroying
- ঘাতিনীFeminine; Noun
ঘাতন বধ বা নষ্ট কৰা কাৰ্য্য
the act of killing or destroying
- ঘাতীgha.tiCommon Noun
ইচ্ছাকৃত আৰু বেআইনী ভাৱে আনৰ মৃত্যু ঘটোৱা লোক।
One who intentionally and unlawfully kills another human being.
- ঘাতুকAdjective
নিমৰমিয়াল; নিষ্ঠুৰ; নিৰ্দ্দয়; যেনে-"কেনে হেন বোলা ঘাতুক বাণী" (কীৰ্ত্তন)।
- ঘাত্যgha.tyoVerbal Adj.
বধ কৰিবৰ যোগ্য
fit to be killed
- ঘানাgha.naProper Noun
পশ্চিম আফ্ৰিকাৰ এখন দেশ৷
Ghana is a country in west Africa. Ghana was the first place in sub-Saharan Africa where Europeans arrived to trade - first in gold, later in slaves.
- ঘানাক-ঘুনুকghānāka-ghunukaAdjective
ঘুনুক-ঘানাক।
- ঘানিgha.niMaterial Noun
সৰিয়হ, তিল আদিৰ দৰে তৈল শস্যৰ পেৰি তেল উলিওৱা যতন৷
A mill used to extract oil from mustard seed, sesamum etc.
- ঘানীghānīNoun
তেল পেৰা কল বা যন্ত্ৰ
an oilmill
- ঘাপghāpaNoun
দা আদি অস্ত্ৰেৰে কৰা আঘাত।
- ঘাপ মাৰ্ghap marVerb-Trans.
কুঠাৰ, দা আদিৰে হঠাত্ জোৰেৰে কাট৷
to cut with a sudden force by a cutting instrument.
- ঘাবghābaNoun
ঘা।
- ঘামghāmaNoun
তাপ বা জহৰ কাৰণে গাৰপৰা তলোবা পানী বা ৰস
perspiration
- ঘাম লাগ্
তাপ বোধ কৰ্
to feel warm
- ঘাম-কালghāma-kālaNoun
গ্ৰীষ্ম-কাল; জহ-কাল; জহৰ দিন
the hot season