← ফুৰি যাওক

ঘাতুক

অৰ্থ

1.

নিমৰমিয়াল; নিষ্ঠুৰ; নিৰ্দ্দয়; যেনে-"কেনে হেন বোলা ঘাতুক বাণী" (কীৰ্ত্তন)।

বিণ.

2.

হত হোবা; নষ্ট হোবা; যেনে-"সি আজি ঘাতুক হ'ব ধৰিছিল"

to be killed

বিণ.

3.

লুকাই বধ কৰোঁতা; গোপনে বধোঁতা

an assassin

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ