← ফুৰি যাওক

ঘাম

ghāma

অৰ্থ

1.

তাপ বা জহৰ কাৰণে গাৰপৰা তলোবা পানী বা ৰস

perspiration

বি.

2.

তাপ; জহ

heat

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ঘাম · অসমীয়া অভিধান