কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ঝ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ঝাপতালjhap.talProper Noun
ভাৰতীয় উচ্চাংগ (আৰু লঘু সংগীতত) ব্যৱহাৰ হোৱা দহ মাত্ৰাৰ তাল৷ ঠেকাৰ বোলটো এনেধৰণৰঃ ধি না/ ধি ধি না / তি না/ ধি ধি না/
a taal of ten beats used in Indian classical (and light) music.
- ঝালৰjhālaraNoun
চন্দ্ৰাতাপ আদিৰ দাঁতিত ওলমি থকা জলমলীয়া জলম
frill
- ঝাড়ুjha.ruMaterial Noun
An instrument used for sweeping often made by bundling straw or similar materials together
- ঝাড়ু দেjha.ru deVerb-Trans.
To clean a surface by using a cleaning device in a sweeping motion.
- ঝাৰjhāraNoun
কেইবাটাও চাকি থকা প্ৰদীপ
a chandelier
- ঝাৰখণ্ডjhar.khondProper Noun
ভাৰতৰ মধ্যভাগত অৱস্থিত এক প্ৰদেশ
One of the central provinces of India
- ঝাৰণjhāraṇaNoun
কোনো বস্ত্ত কোবাই বা মোহাৰি পৰিষ্কাৰ কৰা ডাঙৰী সূতাৰ ৰুমালৰ নিচিনা এবিধ সৰু কাপোৰ
duster
- ঝাৰণিjhāraṇiNoun
ডাঠ হাবি; কাঠনি
a forest; a thick tree-jungle
- ঝাৰীjhārīNoun
পেটত নলা লগোবা এবিধ লোটা
a waterpot with a spout
- ঝাৰুjhāruNoun
শোটা, বাঢ়নী
broomstick
- ঝাৰুদাৰCommon Noun
মল গুচাওঁতা, বাট পদূলি সাৰোঁতা
a person or device that cleans by sweeping.
- ঝাৰোঁতাjhārom̐tāNoun
জৰা কাৰ্য্য কৰা মানুহ
a man who winnows, exorcises or dusts
- ঝাৰ্jharVerb-Trans.
To clean a surface by using a cleaning device in a sweeping motion.
- ঝিকাjhikāNoun
বাৰিষা বাম খেতিত হোবা এবিধ লতা আৰু তাৰ সিৰ থকা দীঘল আঞ্জা খোবা ফল
the cornered gourd; Luffa acutangula
- ঝিঝিটjhijhiṭaNoun
ৰাগিণী-বিশেষ।
- ঝিঞাjhiñāNoun
এবিধ মূৰডাঙৰ, চিয়াঁ আৰু দীঘল গাৰে, চাৰিখন নিচেই পাতল আৰু জলজলীয়া পাখিৰে এবিধ উৰি ফুৰা পোক
a dragon-fly
- ঝিণ্টীjhiṇṭīNoun
এবিধ ফুল; বাগী।
- ঝিন্টীjhin.tiProper Noun
এবিধ সৰু হালধীয়া আৰু বেঙুনীয়া ফুল ধৰা কাঁইটিয়া জোপোহা গছ৷
Barleria cristata is plant of the Acanthaceae family. It is native to Southern China, India and Myanmar. Barleria cristata`s leaves are dark green on the upper surface and pale green on the lower surface. They are elliptic. The flowers are funnel-shaped in violet, pink, or white color. The fruits are long ellipsoid capsules shaped.
- ঝিলামjhi.lamProper Noun
ভাৰত আৰু পাকিস্তানৰ মাজেদি বৈ গৈছে৷ পাঞ্জাবৰ পাঁচখন নদীৰ এখন৷ চেনাব নদীৰ উপনৈ৷ দৈৰ্ঘ ৮১৩ কিলোমিটাৰ (৫০৫ মাইল)।
A river that flows in Indian and Pakistan administrated Kashmir, and Punjab, Pakistan. It is the westernmost of the five rivers of Punjab, and passes through Jhelum District.
- ঝিলাম নদীjhi.lam no.diProper Noun
ভাৰত আৰু পাকিস্তানৰ মাজেদি বৈ গৈছে৷ পাঞ্জাবৰ পাঁচখন নদীৰ এখন৷ চেনাব নদীৰ উপনৈ৷ দৈৰ্ঘ ৮১৩ কিলোমিটাৰ (৫০৫ মাইল)।
A river that flows in Indian and Pakistan administrated Kashmir, and Punjab, Pakistan. It is the westernmost of the five rivers of Punjab, and passes through Jhelum District.