ঝাৰ্
jhar
অৰ্থ
1.
To clean a surface by using a cleaning device in a sweeping motion.
সকৰ্মক ধাতু
সমাৰ্থক শব্দ
2.
মন্ত্ৰ মাতি ৰোগ নিৰাময় কৰ্
to be cured by uttering incantation
সকৰ্মক ধাতু
3.
কুলাৰে চাউল, মাহ আদি তুঁহ, বাকলি আদি গুচাই পৰিষ্কাৰ কৰ্
to free (grain) from the lighter particles of chaff, dirt, etc., esp. by throwing it into the air
সকৰ্মক ধাতু
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ