← ফুৰি যাওক

ঝাৰ

jhāra

অৰ্থ

1.

কেইবাটাও চাকি থকা প্ৰদীপ

a chandelier

বি.

সমাৰ্থক শব্দ

2.

ঘনকৈ গজি থকা গছ; বাঁহ-সমূহ

a thicket; a clump

বি.

3.

জোপা

a word used to denote a single tree

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ঝাৰ · অসমীয়া অভিধান