কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘য’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- যবনিকা পেলাjo.bo.ni.ka pe.laVerb-Trans.
কৰি বা চলি থকা কাম সম্পূৰ্ণ কৰ্
To bring or come to an end
- যবহুyabahuAdverb
যদি; যদ্যপি।
- যমyamaNoun
যিজন দেবতাই জীবৰ মৱত্যু ঘটায়
the Indian Pluto
- যম- ডাকিনীNoun
মৰ-চৰাই; ঢোঁৰা কাউৰীৰ নিচিনা এবিধ চৰাই [ই ৰাতি "মৰ ঔ, মৰ ঔ" বুলি মাতে; তেতিয়া মানুহৰ অমঙ্গল বা মৱত্যু ঘটে বুলি মানুহে ভাবে।]
a screech owl; an inauspicious bird
- যম-লাখুটিyama-lākhuṭiNoun
তৰাৰ নিচিনা পাতেৰে, মাটিৰেপৰা পোন আৰু দীঘল এডলীয়া ঠাৰি মেলা আৰু ঘন ঘন গাঁঠি থকা এবিধ নিচেই কোমল গছ; দেবীটোকন
a kind of plant
- যম-ৰজাNoun
যম; পাপীৰ শাস্তি দিয়াৰ গৰাকী
the regent of death
- যমকyamaka
"জঁক" চোবাঁ।
- যমকাওjom.kaoProper Noun
মিথুন ৰাশি মণ্ডলত থকা দুটা উজ্জ্বল নক্ষত্ৰৰ এটা৷ ২৭টা নক্ষত্ৰৰ এটা৷
One of the two bright stars in Jamini constallation
- যমজyamajaAdjective
যঁজা
twin
- যমডাকিনীjom.da.ki.niCommon Noun
স্ত্ৰীগিফৰ্মেছ্ বৰ্গৰ অন্তৰ্গত, ঠেঙত চুটি পাখি আৰু হাঁকোটা থকা, ডাঙৰ মূৰ আৰু চুটি বেঁকা ঠোঁট যুক্ত, আগলৈ ওলোৱা ডাঙৰ চকুৰে এবিধ নিশাচৰ পৰভোজী প্ৰাণী৷ ইহঁতৰ গোটেই গা পাতল, কোমল পাখিৰে আৱৰি থাকে বাবে প্ৰায় শব্দ নকৰাকৈ উৰিব পাৰে৷
Any of various often nocturnal birds of prey of the order Strigiformes, having hooked and feathered talons, large heads with short hooked beaks, large eyes set forward, and fluffy plumage that allows for almost noiseless flight.
- যমদগ্নিyamadagniNoun
এজন ঋষি; পৰশুৰামৰ বাপেক।
- যমদণ্ডyamadaṇḍaNoun
যম ৰজাৰ ভয়-লগোবা বৱহৎ লাখুটি; যেনে-"যম অস্ত্ৰ দিবোঁ যমদণ্ড সমসৰ"। (মা. ক., আদিকাণ্ড)।
- যমদূতNoun
যম-ৰজাৰ টেকেলা
a messenger of the regent of death
- যমদেৱতাjom.de.bo.taProper Noun
মৃত্যুৰ অধিপতি দেৱতা ৷
The king who is the regent of death; The Hindu deity of death.
- যমনগৰীjom.no.go``.riAbstract Noun
বহু ধৰ্মীয় বিশ্বাস মতে মৃত্যুৰ পাছত দুষ্ট বা পাপী সকলক শাস্তি প্ৰদান কৰা ঠাই।
An afterlife of suffering where the wicked or unrighteous dead are punished, according to many religious beliefs.
- যমপুৰীNoun
যম-ৰজাৰ পুৰী বা নগৰ
the city of the Indian Pluto
- যমলyamalaAdjective
যুগল; একে লগ কৰা; যেনে-"যমল মুঠিক ধৰি ঢাকুবন্ত হিয়া" (দশম)।
- যমলাখুটিjom.la.khu.tiCommon Noun
এবিধ পোন আৰু দীঘল ক্ষুদ্ৰ গছ৷
Possibly the best known cultivated species of the genus Costus. This plant is native to southeast Asia, especially on the Greater Sunda Islands in Indonesia. Costus differs from the common ginger by having only one row of spirally arranged leaves. The plant has many historical uses in Ayurveda, where the rhizome has been used to treat fever, rash, asthma, bronchitis, and intestinal worms. It is mentioned in the Kama Sutra as an ingredient in a cosmetic to be used on the eyelashes to increase sexual attractiveness.
- যমলাৰ্জ্জুনyamalārjjunaNoun
বৱন্দাবনত কৱষ্ণই সৰু কালতে উভালি পেলোবা যোৰ পতি থকা দুজোপা অৰ্জ্জুন গছ [নাৰদৰ শাপত কুবেৰৰ দুটা পুতেকেই এই দুজোপা গছ হৈছিল।]
a couple of Arjuna trees uprooted by young Krsna
- যমালয়yamālaẏaNoun
যমপুৰী।