← ফুৰি যাওক

যমলাৰ্জ্জুন

yamalārjjuna

অৰ্থ

1.

বৱন্দাবনত কৱষ্ণই সৰু কালতে উভালি পেলোবা যোৰ পতি থকা দুজোপা অৰ্জ্জুন গছ [নাৰদৰ শাপত কুবেৰৰ দুটা পুতেকেই এই দুজোপা গছ হৈছিল।]

a couple of Arjuna trees uprooted by young Krsna

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

যমলাৰ্জ্জুন · অসমীয়া অভিধান