← ফুৰি যাওক

যমক

yamaka

অৰ্থ

1.

"জঁক" চোবাঁ।

2.

একেটা শব্দেৰে বেলেগ অৰ্থ বুজাই কৰা ৰচনা; যেনে-"ৰাতিপুবা উঠি খাই তিনি চিলিম ভাং, বম্ বম্ বুলি বোপাই টোপনিটো ভাং"; "অপাৰ সংসাৰ সিন্দু আৰ; বিষ্ণুসে পৰম পাৰ যতঃ পাৰ আছে জানা তাতে পৰমাত্মাৰূপ। তেস্তে তুমি জানা ব্ৰহ্মপাৰ; পৰস্পাৰ ভূত যত পাৰ; তাসম্বাৰ পাৰ বিষ্ণুসে পাৰ-স্বৰূপ (নামঘোষা)

a kind of embellishment in writing

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ