কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ম’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- মচা-বিদাmacā-bidāNoun
আঁচনি; খছৰা
a rough draft
- মচাবিদাmo.sa.bi.daAbstract Noun
কোনো কামৰ বাবে কৰা পৰিকল্পনামূলক লিখনি অথবা চিত্ৰ
A preliminary sketch of a design or picture; any of the various versions in the development of a written work.
- মচি দেmo.si deVerb-Trans.
মোহাৰি নাইকিয়া কৰ্ |
To remove from memory or existence.
- মচি পেলাmo.si pe.laVerb-Trans.
মোহাৰি নাইকিয়া কৰ্ |
To remove from memory or existence.
- মচিদ্macidNoun
মুছলমানৰ ঈশ্বৰ- উপাসনা কৰা ঘৰ
a mosque
- মচুলুমেmo.su.lu.meAdverb
যিমানবোৰ সম্ভৱ সেই সকলোবোৰ একেলগে|
To a complete degree or to the full or entire extent.
- মচুৰmacuraNoun
এবিধ সৰু ৰঙচুবা বৰণৰ মাহ
lentil; Lens esculenta
- মচোবা গোমmacobā, gomaNoun
এবিধ ডাঙৰ, ক'লা, ফেঁট নথকা বিষাল সাপ
a kind of black snake
- মচ্macTransitive verb
মাজ; মোহাৰি গুচা
to clean by rubbing; to wipe
- মচ্মচীয়াAdjective
মচ্মচ্ শব্দ কৰি ভগা; চনকা
brittle
- মচ্মচ্macmac
শুকান পাত আদি জপটিয়াই মোহাৰিলে বা ছিঙিলে হোবাৰ নিচিনা শস্য
an imitative word used to express rustling sound produced in crushing green leaves, etc.
- মচ্মচ্কৈ; মচ্মচ্ কৰে; মচ্মচিAdverb
(পু. অ.) অক. ধা. মচ্মচা।
- মচ্লুমেmaclumeAdverb
তেনেই; অলপো; সমূলি; নিচেই
totally; entirely
- মচ্mosVerb-Trans.
To clean a surface by using a cleaning device in a sweeping motion.
- মচৰ-মচ্ কুটিmacara-mac, kuṭiNoun
বিচাৰি পাব পৰা সকলো দৰব; নানা প্ৰকাৰ ঔষধ
even the most hidden medicines
- মছজিদmachajidaNoun
মুছলমানৰ ঈশ্বৰ- উপাসনা কৰা ঘৰ
a mosque
- মছন্দৰীmachandarīNoun
কোনো লোকৰ বিশ্বাসমতে মাছৰ জাকৰ ৰক্ষক-স্বৰূপে থকা এজনী কালিকা লগা মাছ বা জলকুঁবৰী
a mythical tutelary fish or mermaid living among shoals of fish
- মছলছিmachalachiAdjective
বাবুৰ্চি বা ৰান্ধনিক সহায় কৰা চাকৰ
a cook-mate
- মছলাmachalāNoun
বাখৰ; আঞ্জাত বা দৰবত দিয়া সুগন্ধি গুটি, পাত বা গছৰ ছাল আদি
spice
- মছলিনmachalinaNoun
এবিধ অতি মূল্যবান সূক্ষ্ম কাপোৰ।