← ফুৰি যাওক

মচ্‌

mos

অৰ্থ

1.

To clean a surface by using a cleaning device in a sweeping motion.

সকৰ্মক ধাতু

সমাৰ্থক শব্দ

2.

পৃষ্ঠভাগ পৰিষ্কাৰ কৰা বা শুকোৱাৰ উদ্দেশ্যে কাপোৰ, গামোছা, কাগজ, হাত আদিৰে পাতলীয়াকৈ মোহাৰি দে।

to rub lightly with or on a cloth, towel, paper, the hand, etc., in order to clean or dry the surface.

সকৰ্মক ধাতু

3.

মোহাৰি নাইকিয়া কৰ্ |

To remove from memory or existence.

সকৰ্মক ধাতু

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ