← ফুৰি যাওক

মছন্দৰী

machandarī

অৰ্থ

1.

কোনো লোকৰ বিশ্বাসমতে মাছৰ জাকৰ ৰক্ষক-স্বৰূপে থকা এজনী কালিকা লগা মাছ বা জলকুঁবৰী

a mythical tutelary fish or mermaid living among shoals of fish

বি.

2.

আউনী-পাণৰ সদৱশ এবিধ মাটিত বগোবা আৰু কেঁচাতে মাছ মাছ গোন্ধোবা বনৰীয়া লতা শাক

a kind of pet-herb

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

মছন্দৰী · অসমীয়া অভিধান