কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ন’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- নতজানু হno.to.ja.nu hoVerb-Intran.
ভৰি কোঁচাই আঁঠুৰ ওপৰত ভেঁজা দি মূৰ দোঁৱা
to bend one`s knees to show respect
- নতশিৰVerbal Adj.
সন্মান দেখুৱাবলৈ বা বশ্যতা স্বীকাৰ কৰি কাৰোবাৰ প্ৰতি মূৰ দোঁওৱা অৱস্থা।
bowing down to someone to show respect or submissiveness.
- নতশিৰ হno.to.xir hoVerb-Intran.
আনৰ ক্ষমতা বা কৰ্ত্তৃত্বৰ ওচৰত নিজকে সমৰ্পণ কৰ্৷
to yield oneself to the power or authority of another.
- নতশিৰেno.to.xi.reAdverb
বহু আদৰ সম্ভাষণেৰে কাৰোবাক সমাদৰ কৰা৷
receiving with respect.
- নতিnatiNoun
মূৰ দোঁওবা কাৰ্য্য; প্ৰণাম; সেবা
the act of bowing; obeisance
- নতি স্বীকাৰ কৰ্no.ti swi.kar korVerb-Intran.
আনৰ ক্ষমতা বা কৰ্ত্তৃত্বৰ ওচৰত নিজকে সমৰ্পণ কৰ্৷
to yield oneself to the power or authority of another.
- নতুnatuIndeclinable
নাইবা; কিংবা; অথবা; যদি এইটো নহয়
or else; if not
- নতুনnatunaNoun
ন; পুৰণি নোহোবা
new; fresh
- নতুন পুৰুষno.tun pu.ruxCommon Noun
কম বয়সীয়া ল’ৰা; ডেকা
a young person or a child.
- নতুন পৃথিৱীno.tun pri.thi.biProper Noun
কেন্দ্ৰীয়, উত্তৰ আৰু দক্ষিণ আমেৰিকাক বুজাবলৈ আগতে ব্যৱহাৰ কৰা নাম৷
(the New World) a way of referring to the Central, North and South America in the past.
- নতুনকৈno.tun.koiAdverb
কোনো কামৰ একাংশ কৰাৰ পিছত প্ৰথমৰ পৰা আৰম্ভ কৰা
start or repeat a task from the begining after some part has already been completed.
- নতুনতাno.tu.no.taAbstract Noun
নতুন বা অনন্য হোৱা গুণ বা অৱস্থা
state or quality of being novel, new or unique
- নতুনত্বno.tu.no.twoAbstract Noun
নতুন বা অনন্য হোৱা গুণ বা অৱস্থা
state or quality of being novel, new or unique
- নতুনত্বহীনno.tu.not.to.hinProper Adj.
কোনো নতুন উপাদান নথকা
without any novelty or newness
- নতুবাnatubāIndeclinable
নাইবা; কিংবা; অথবা; যদি এইটো নহয়
or else; if not
- নতোবাnatobāAdjective
পৰিষ্কাৰ নকৰা; নিকা নকৰা
not cleaned, as body or place
- নথnathaNoun
নাকৰ অলঙ্কাৰ-বিশেষ
a nose-ring
- নথকাno.tho.kaVerbal Noun
অস্তিত্ব বা স্থিতিৰ অভাৱ বা হীনতা।
lack or absence of existence.
- নথিnathiNoun
কোনো এক মোকৰ্দ্দমা বা বিষয়-সম্পৰ্কীয় একেলগে বান্ধি ৰখা কাকত-পত্ৰ
records of a case; a file or papers on a particular subject
- নথি-পত্ৰno.thi-po.troMaterial Noun
কোনো এটা বিষয় সম্বন্ধীয় লিখিত কাগজ-পত্ৰৰ এক সংগ্ৰহ।
a collection of written papers on a subject.