← ফুৰি যাওক

নতুন পৃথিৱী

no.tun pri.thi.bi

অৰ্থ

1.

কেন্দ্ৰীয়, উত্তৰ আৰু দক্ষিণ আমেৰিকাক বুজাবলৈ আগতে ব্যৱহাৰ কৰা নাম৷

(the New World) a way of referring to the Central, North and South America in the past.

সংজ্ঞাবাচক বিশেষ্য

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

নতুন পৃথিৱী · অসমীয়া অভিধান