← ফুৰি যাওক

নতজানু হ

no.to.ja.nu ho

অৰ্থ

1.

ভৰি কোঁচাই আঁঠুৰ ওপৰত ভেঁজা দি মূৰ দোঁৱা

to bend one`s knees to show respect

অকৰ্মক ধাতু

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

নতজানু হ · অসমীয়া অভিধান