কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘গ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- গড্ডলgod.dolCommon Noun
ছাগলীৰ সৈতে মিল থকা এবিধ নোমাল স্তন্যপায়ী জন্তু
a small hairy mammal similar to a goat
- গড্ডলিকাgod.do.li.kaAbstract Noun
এটা ভেৰাৰ পিচে পিচে অন্ধভাৱে যোৱা ভেৰাৰ পাল৷
a flock of sheep blindly following the leading sheep.
- গড্ডলিকা প্ৰৱাহgod.do.li.ka pro.bahVerbal Noun
বিচাৰ বিৱেচনা নকৰাকৈ অনুসৰণ কৰা কাৰ্য্য ।
The act of following blindly.
- গণgaṇaNoun
-বিলাক; -সকল; সমূহ; (এই অৰ্থে বহুবচন বুজাবৰ নিমিত্তে আন শব্দৰ পাছত থাকে)
a multitude
- গণ মাধ্যমgo.no ma.dhyomAbstract Noun
কম সময়তে সৰহ সংখ্যক মানুহৰ সৈতে সংযোগ কৰিব পৰা ব্যৱস্থা বা উপায়; যেনেঃ দূৰদৰ্শন, বাতৰিকাকত, আলোচনী, অনাতাঁৰ আদি
the means of communication that reach large numbers of people in a short time, such as television, newspapers, magazines, and radio
- গণ-জাগৰণgo.go-ja.go.ronAbstract Noun
সমাজ আৰু সামাজিক গাঁথনিৰ এক আমূল, সুদূৰপ্ৰসাৰী পৰিবৰ্ত্তন, বিশেষকৈ হঠাতে হোৱা আৰু সাধাৰণতে হিংসা জৰিত থকা।
a radical and pervasive change in society and the social structure, esp. one made suddenly and often accompanied by violence.
- গণ-সংক্ৰমণAbstract Noun
সংক্ৰমিত হোৱা ৰোগৰ এক অৱস্থা য’ত ই অনিয়ন্ত্ৰিতভাৱে সাধাৰণ জনতাৰ মাজত বিয়পিবলৈ আৰম্ভ কৰে৷
The state of an injectious desease where it spreads in the community without control
- গণকgo.nokCommon Noun
One who studies supposed effects of planetary influence on human affairs
- গণক দৈবNoun
গণনা কৰা মানুহ; জ্যোতিষশাস্ত্ৰ জনা লোক; . জ্যোতিষমতে মানুহৰ দৈব গণি দি ব্যবসায় কৰা এক জাতি
an astrologer; a fortuneteller ; the astrologer's caste
- গণক যন্ত্ৰgo.nok jon.troMaterial Noun
সৰু-সুৰা গাণিতিক সমস্যা সমাধান কৰিবৰ বাবে ব্যৱহাৰ কৰা সীমিত স্মৃতিৰ স্বয়ংক্ৰিয় আহিলা |
An electronic device for performing automatic mathematical computations, usually controlled by a keyboard. Some are actually small computers, with limited memory, that allow the user to use simple programs.
- গণতন্ত্ৰgaṇatantraNoun
জন-সাধাৰণৰ হাতত দেশৰ আচল কৰ্ত্তৱত্ব থকা শাসন- প্ৰণালী
democracy
- গণতান্ত্ৰিকgo.no.tan.trikProper Adj.
কোনো এখন দেশৰ অথবা কোনো এক সংস্থাৰ, প্ৰণালীৰ অথবা সেই সম্বন্ধীয়, য’ত নেতাজন বাচনি অথবা ভোটদানৰ সহায়ত নিৰ্বাচিত কৰা হয় ৷
of or relating to a country, organization, or system in which leaders are chosen or decisions are made by voting.
- গণতি
নেওতা
a multiplication table
- গণদেৱতাgo.no.de.bo.taProper Noun
হিন্দু বিশ্বাস অনুসৰি জ্ঞান, প্ৰজ্ঞা আৰু মেধাৰ দেৱতা৷ তেখেতক সকলো ধৰনৰ বিঘিনি নাশক বুলিও শ্ৰদ্ধা আৰু পূজা কৰা হয়৷ তেওঁ শিৱ আৰু পাৰ্বতীৰ সন্তান৷ তেখেত হাতীমূৰীয়া৷
Son of Lord Shiva and Parvati, Ganesh/Ganesha is one of the most worshipped Hindu deities. Revered as the god of wisdom and intellect and remover of obstacles.His elephant head makes it easier for him to be distinguished.
- গণন
গণা কাৰ্য্য; লেখ কৰা কাৰ্য্য
calculation; computation
- গণনা
গণা কাৰ্য্য; লেখ কৰা কাৰ্য্য
calculation; computation
- গণনা কৰ্go.no.na korVerb-Trans.
অঙ্ক কৰি সংখ্যা নিশ্চিত কৰ্
To ascertain or forecast, esp by mathematics or reckoning
- গণনাকাৰীgo.no.na.ka.riCommon Noun
এটা নিৰ্দ্দিষ্ট এলেকাৰ ভোটদাতাৰ তালিকা প্ৰস্তুত কৰা ব্যক্তি; লোক-পিয়লৰ সময়ত ঘৰে-ঘৰে গৈ পৰিয়ালসমূহৰ খতিয়ান লৈ ফুৰা ব্যক্তি
a person who compiles the voting list for an area; a person who issues and retrieves forms during a census of population
- গণনাথgaṇanāthaNoun
গণেশ; গণপতি
a name of Ganeśa
- গণনায়কgaṇanāẏakaNoun
গণেশ
a name of Gaṇeśa