গণ
gaṇa
অৰ্থ
1.
-বিলাক; -সকল; সমূহ; (এই অৰ্থে বহুবচন বুজাবৰ নিমিত্তে আন শব্দৰ পাছত থাকে)
a multitude
বি.
2.
সদাশিব বা কোনো মুখ্য দেবতাৰ পাৰিষদ বা অনুচৰবিলাক
Śiva's attendants
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ