← ফুৰি যাওকগণনা
অৰ্থ
1.গণা কাৰ্য্য; লেখ কৰা কাৰ্য্য
calculation; computation
সমাৰ্থক শব্দ
2.গ্ৰহ, তিথি চাই দৈবৰ শুভাশুভ ঠিক কৰা কাৰ্য্য
prognostication
সমাৰ্থক শব্দ
3.কাণ কৰা; সম্মান কৰা
attention; obedience; respect
সমাৰ্থক শব্দ
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ