কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ড’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ডাকজাহাজdak.ja.hajMaterial Noun
ডাক অনা নিয়া কৰা জাহাজ ।
the steamer for postal services.
- ডাকত দেda.kot deVerb-Trans.
ডাক-সেৱাৰ যোগেদি কোনো বস্তু, চিঠি আদি পঠা৷
to send an item by a delivery system to be transported to a destination.
- ডাকনামdak.namAbstract Noun
an informal name for someone or something, especially a name which you are called by your friends or family
- ডাকপখিলীdak-po.khi.liMaterial Noun
খাম নোহোৱাকৈ আৰু কম খৰচত ডাকযোগে বাৰ্তা প্ৰেৰণ কৰিব পৰা এখন ডাঠ কাগজ ।
A rectangular piece of thick paper or thin cardboard intended for writing and mailing without an envelope and at a lower rate than a letter.
- ডাকবালাḍākabālāNoun
এটা ডাক-ঘৰৰপৰা আন এটা ডাক-ঘৰলৈ চিঠি আদি বৈ নিয়া মানুহ, হৰকৰা
a mail-carrier; post-man
- ডাকলḍākalaAdjective
ভয়ানক; ভয়-লগা; ধ্বংসকাৰী (বাঘ, দেবতা আদি)
terrible; very destructive
- ডাকিনীḍākinīNoun
ডাইনী; এবিধ ভূতুনী
a kind of female evil spirit
- ডাকুḍākuAdjective
জেওৰা আদি ভাঙি শস্য খোবা আৰু ধৰিবলৈ গ'লে লৰ মৰা; চুৰুণী (গৰু-ছাগলী)
unruly (as cow or goat)
- ডাকুৰḍākuraNoun
চুৰুণী ছাগলীৰ ডিঙিত পথালিকৈ আঁৰি দিয়া মাৰি
a bar horizontally suspended from the neck of a goat to prevent its straying into a fenced place
- ডাকোৱালda.ko’.walCommon Noun
ডাকঘৰৰ চিঠি বিলোৱা মানুহ।
a person who delivers letters.
- ডাক্ḍākTransitive verb
কামুৰি শুঙেৰে বিন্ধি বিষ লগা
to sting or bite
- ডাক্টৰCommon Noun
যি ৰোগীক চিকিৎসা কৰিব পাৰে
a professional with expertize to treat a medical condition or desease
- ডাক্তৰḍāktaraNoun
ইউৰোপীয় চিকিৎসা জনা বেজ।
doctor
- ডাক্তৰ-খানাḍāktara-khānā
ডাক্তৰে চিকিৎসা কৰা ঠাই
dispensary
- ডাক্তৰখানাdak.tor.kha.naMaterial Noun
ঔষধপাতি যোগান ধৰা ঠাই/ঘৰ|
Clinic where medicine and medical supplies are dispensed.
- ডাক্তৰিḍāktari
ডাক্তৰৰ ব্যবসায় বা বিদ্যা
medical science; medical profession
- ডাকৰ টকাAbstract Noun
Money kept aside to bid for an auction.
- ডাকৰ বচনda.kor bo.sonAbstract Noun
ডাক নামৰ ঐতিহাসিক, জ্ঞানী পুৰুষে জীৱন আৰু সংসাৰৰ বিভিন্ন দিশৰ বিষয়ে কৈ যোৱা এলানি ব্যৱহাৰিক জ্ঞানেৰে সমৃদ্ধ উপদেশবাণী৷
a set of wise sayings on different aspects of life and livings by a legendary person called Dak.
- ডাকৰাḍākarāNoun
মৈৰ মাজত পথালিকৈ দিয়া দুচটা ফলা বাঁহ, যাৰ ওপৰত মানুহ উঠি মৈ দিয়ে।
- ডাগdagAbstract Noun
শৰীৰৰ কোনো অঙ্গৰ চালত খোঁচ লাগি হোৱা ঘাঁ৷
A mark remaining on the skin or an organ from the wound.