ডাক্
ḍāk
অৰ্থ
1.
কামুৰি শুঙেৰে বিন্ধি বিষ লগা
to sting or bite
সক. ধা.
2.
চোকা বস্ত্তৰ দৰে ছালত বোবোৰা তোল্ আৰু বেদনা জন্মা (চূণ আদিয়ে)
to corrode
সক. ধা.
3.
চিয়ঁৰি চিয়ঁৰি দাম কৰি এটাইতকৈ বেছি বেচ দিওঁতাক বস্ত্ত বিক্ৰী কৰ্; লিলাম ডাক্
to auction
সক. ধা.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ