← ফুৰি যাওক

ডাকল

ḍākala

অৰ্থ

1.

ভয়ানক; ভয়-লগা; ধ্বংসকাৰী (বাঘ, দেবতা আদি)

terrible; very destructive

বিণ.

2.

বৰকৈ জলা (জুই)

blazing, as fire

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ডাকল · অসমীয়া অভিধান