কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ঠ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ঠিক আছেthik a.seInterjection
কিবা সোধোঁতে বা উত্তৰ দিওঁতে ইতিবাচক অব্যয় হিচাপে ব্যৱহাৰ হয় ৷
phrase used to affirm or assure that everything is fine OR to agree with sb.
- ঠিক কৰ্thik korVerb-Trans.
শৃংখলাৱদ্ধ কৰা, যথোপযুক্তভাৱে ৰখা বা ব্যৱস্থা কৰা
To put in proper order, to dispose (persons, or parts) in the manner intended, or best suited for the purpose; as, troops arranged for battle.
- ঠিক কৰ্thik korVerb-Trans.
কোনো বস্তু পঁচা বা ভগাৰ পাছত পুণৰ ভাল অৱস্থালৈ ঘূৰাই অনা
to bring back to a good condition after decay or damage
- ঠিক-ঠাকAdjective
সকলো প্ৰকাৰে প্ৰস্ত্তত বা নিৰ্দ্দিষ্ট
fully prepared or arranged
- ঠিক-ঠাক কৰ্thik-thak korVerb-Trans.
শৃংখলাৱদ্ধ কৰা, যথোপযুক্তভাৱে ৰখা বা ব্যৱস্থা কৰা
To put in proper order, to dispose (persons, or parts) in the manner intended, or best suited for the purpose; as, troops arranged for battle.
- ঠিকঠাক কৰাthik-thak ko.raInterjection
কিবা সোধোঁতে বা উত্তৰ দিওঁতে ইতিবাচক অব্যয় হিচাপে ব্যৱহাৰ হয় ৷
phrase used to affirm or assure that everything is fine OR to agree with sb.
- ঠিকনাNoun
নিশ্চয়তা
certainty
- ঠিকনাবিহীনCommon Noun
কোনো স্থায়ী আবাস বা জীৱন নিৰ্বাহৰ পথ নথকা এঠাইৰ পৰা আন ঠাইলৈ ঘূৰি ফুৰা লোক|
A wanderer who has no established residence or visible means of support.
- ঠিকমতেthik.mo.teAdverb
done without errors or mistakes
- ঠিকাṭhikāNoun
নিৰ্দ্ধাৰিত বেচ লৈ নিৰ্দ্দিষ্ট সময়ত কৰি দিবলৈ লোবা নিৰুপিত কাম; নিৰুপিত বেচত কৰিবলৈ লোবা নিৰুপিত পৰিমাণৰ কাম
a contract; a set amount of work undertaken for a definite remuneration; a task
- ঠিকাকামthi.ka.kamAbstract Noun
বেচ লৈ নিৰ্দ্দিষ্ট সময়ত কৰি দিবলৈ লোৱা নিৰূপিত কাম; নিৰূপিত বেচত কৰিবলৈ লোৱা নিৰূপিত পৰিমাণৰ কাম ৷
In trading, some work that has been tied by an agreement between two parties to make and/or build something within a given date at a predetermined cost.
- ঠিকাদাৰ
ঠিকা কাম কৰাই দিওঁতা
a contractor
- ঠিকাদাৰি
ঠিকাদাৰৰ ব্যবসায়।
- ঠিলাṭhilāNoun
টান বস্ত্তৰে তৈয়াৰ কৰা সোপা; ঠিহা
a stopper
- ঠিলা-মেলা
চিঁচা আদিৰ ঠিলা উলিওবা এবিধ পাক- ভোঁহৰ
a cork-saw
- ঠিলামেলাthi.la.me.laMaterial Noun
বটলৰ ঠিলা খোলা বা আঁতৰ কৰা যতন৷
A bottle opener that pulls corks.
- ঠিহনিṭhihaniNoun
ঠাই খোবা অবস্হা; নিসন্ধি হোবা অবস্হা
state of being crammed or pressed together in a small space
- ঠিহাṭhihā
সক. ধা অলপ ঠাইত অধিক বস্ত্ত হেঁচি হেঁচি সুমা; নিসন্ধি কৰি ভৰা
to stuff; to cram
- ঠিহিৰাṭhihirāAdjective
কঁটীয়া; বাঢ়িব নোবৰা
dwarfed
- ঠিহিৰা লগাthi.hi.ra lo.gaProper Adj.
কমকৈ বঢ়া, আশাকৰা পৰিমানে নবঢ়া
low growth then expected