ঠিকঠাক কৰা
thik-thak ko.ra
অৰ্থ
1.
কিবা সোধোঁতে বা উত্তৰ দিওঁতে ইতিবাচক অব্যয় হিচাপে ব্যৱহাৰ হয় ৷
phrase used to affirm or assure that everything is fine OR to agree with sb.
ভাৱবোধক অব্যয়
সমাৰ্থক শব্দ
2.
সম্পূৰ্ণৰূপে সাজু কৰি তোলা
fully prepared or made ready
প্ৰকৃত বিশেষণ
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ