← ফুৰি যাওক

ঠিহা

ṭhihā

অৰ্থ

1.

সক. ধা অলপ ঠাইত অধিক বস্ত্ত হেঁচি হেঁচি সুমা; নিসন্ধি কৰি ভৰা

to stuff; to cram

2.

অতিৰিক্ত ৰূপে খা; পেটে নধৰাকৈ খা

to eat to excess

3.

ঠিলা

a stopper

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ঠিহা · অসমীয়া অভিধান