কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ক’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- কংগ্ৰেছ গ্ৰাছkong.gres grasCommon Noun
অবিধ অতি নিকৃষ্ট অপতৃণ৷ ভাৰতবৰ্ষকে ধৰি অষ্ট্ৰেলীয়া আফ্ৰিকা আদি দেশত ইয়াক পোৱা যায়৷ এই বিধ উদ্ভিদ জনস্বাস্থ্যৰ বাবে অতি ক্ষতিকাৰক৷ বিশেষকৈ ইয়াৰ ফলত মানুহৰ চৰ্মৰোগ হোৱা দেখা যায়৷ এই অপতৃণৰ বাবে মানুহ আৰু জীৱ-জন্তু উভয়ৰে ’হে ফিভাৰ’ (Hay fever) নামৰ এবিধ ৰোগ হয়৷
Parthenium Hysterophorus is an herbal plant and a weed species. It is also known as congress weed or congress grass, has become a common weed in India, Australia and parts of Africa. Parthenium is an aggressive weed invading all disturbed land, including farms, pastures, and roadsides. Contact with this plant causes dermatitis and respiratory malfunction in humans, dermatitis in cattle and domestic animals, it causes health hazards such as skin allergy, hay fever and asthma in human beings and is toxic to livestock.
- কংসkaṃsaNoun
কৱষ্ণৰ মোমায়েক, মথুৰাৰ ৰজা, উগ্ৰসেন পুতেক।
- কংস কাল
কালৰূপী বা মহানিৰ্দ্দয় কংস ৰজা।
- কংস-আফালNoun
বহুত ওপৰলৈ তুলি তাৰপৰা মৰা আফাল
the act of throwing one violently on the ground from a considerable height
- কংসহাkong.xo.haProper Noun
ভগৱান বিষ্ণুৰ এক অৱতাৰ৷
one incarnation of Lord Vishnu, after Lord Ram and before Lord Buddha. He is a central deity in the 'Mahabharat'.
- কংসালkaṃsālaAdjective
ভীষণ; খঙাল; যেনে-"কংসাল সৰ্পিণী খেদি আসয় ক্ৰোধত" (ভাগবত
- কংসাৰিkong.xa.riProper Noun
ভগৱান বিষ্ণুৰ এক অৱতাৰ৷
one incarnation of Lord Vishnu, after Lord Ram and before Lord Buddha. He is a central deity in the 'Mahabharat'.
- কইkaiAdverb
ক'লৈ; যেনে-"ৰহ ৰে বৰাহ ভূমি লৈয়া যাস কই" (ভাগবত
- কইদkaidaNoun
কায়দা; যন্ত্ৰাদি ব্যবহাৰৰ কৌশল বা নিয়ম
the mode of using an instrument
- কইনাkaināNoun
বিয়াৰ কন্যা।
- কইনাখুজীয়াProper Adj.
কইনাৰ দৰে লাহে-লাহে খোজ কঢ়া
walking slowly and gently like a bride
- কইৰkairaNoun
মাইকী কুকুৰাৰ আৰ্য্যাৰ ক'লা-মুগা বৰণৰ এবিধ বনৰীয়া চৰাই; হঁয়কলি [ই কেতিয়াবা 'কই, কই' বুলি আৰু কেতিয়াবা 'হঁয়কলি', 'হঁয়কলি' বুলি মতে]
the partridge
- কইৰ্koirCommon Noun
Partridges are birds in the pheasant family, Phasianidae. They are a non-migratory Old World group. These are medium-sized birds, intermediate between the larger pheasants and the smaller quails. Partridges are native to Europe, Asia, Africa, and the Middle East. Partridges are ground-nesting seed-eaters. There are two types of partridge commonly found in North America as game birds - the chukar partridge and the gray partridge. The gray partridge is more commonly found in deciduous forests. The gray partridge has a less charismatic appearance than the chukar partridge. Partridges are 10-14 inches long and weigh less than one pound. They are a favorite game bird for many hunters.
- কওঁতাkoo`~.taCommon Noun
বক্তা,
a person who makes a speech or gives a talk
- ককবকাkok.bo.kaVerb-Intran.
পানীত ডুবাৰ পৰা বাচিবলৈ হাত-মূৰ জোঁকাৰি উঠিবলৈ চেষ্টা কৰ্
to struggle to get out of water to avoid drowning
- ককবৰকkok.bo.rokProper Noun
ত্ৰিপুৰাৰ থলুৱা ত্ৰিপুৰী লোকসকলৰ ভাষা৷
the native language of the Tripuri people (of the Indian state of Tripura).
- ককাkakāNoun
নল, খাগৰি বা কাঠৰ মাজত থকা ধোঁবা-বৰণীয়া এবিধ পৰুবা
a kind of ant
- ককা-ফলীয়া নাঙলNoun
বাঁহৰ ফাল লগোবা নাঙল [নাঙলৰমুখত লোৰ ফাল নলগাই, নাঙলৰ কুঁজত বিন্ধা দি মুখলৈকে বাঁহৰ ফালচলা বঢ়াই দিয়ে।]
a plough with a share of split bamboo
- ককাইkakāiNoun
নিজতকৈ বয়সত ডাঙৰ, বোপাইৰ পুতেক; জ্যেষ্ঠ ভাই; দাদা
an elder brother
- ককাইটি
ককাইক সম্বোধন কৰা মাত।