কইদ
kaida
অৰ্থ
1.
কায়দা; যন্ত্ৰাদি ব্যবহাৰৰ কৌশল বা নিয়ম
the mode of using an instrument
বি.
2.
চল; সুচল; সুবিধা
convenience
বি.
3.
কাৰা; জেল; কাৰাদণ্ড
prison; sentence of imprisonment
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ