ককাই
kakāi
অৰ্থ
1.
নিজতকৈ বয়সত ডাঙৰ, বোপাইৰ পুতেক; জ্যেষ্ঠ ভাই; দাদা
an elder brother
বি.
2.
মোমাই আদিৰ আপোনাতকৈ ডাঙৰ পুতেক
a senior cousin
বি.
3.
নিজতকৈ বয়সীয়া মানুহক মতা মাত
a word used in addressing an elderly man
বি.
4.
আহোম জাতিৰ ভিতৰত বৰপিতাকৰ পুতেক [বয়স কম হ'লেও তেওঁক ককাই বোলে]।
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ