কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘উ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- উচিয়ানuciẏānaNoun
উত্তৰাধিকাৰী
an heir
- উচুপনিu.su.po.niVerbal Noun
বৰকৈ শব্দ নকৰাকৈ ফেঁকুৰি কান্দোতে হোৱা শব্দ |
Convulsive gasp made while weeping.
- উচুপ্ucup
অৰু. ধা. সৰুকৈ কান্দ্; ফেঁকুৰি কান্দ্
to sob
- উচ্চuccaAdjective
ওখ; ঢুকি নোপোবা; ডাঙৰ; মহৎ
high; tall; exalted; great; loud
- উচ্চ ন্যায়ালয়us.so ni.ya.loyCommon Noun
কোনো ৰাজ্যৰ মুখ্য ন্যায়ালয়
the highest court of law in a state below the supreme court of a country
- উচ্চ বিদ্যালয়us.so bi.dya.loyCommon Noun
প্ৰাথমিক বা মাধ্যমিক শিক্ষা সমাপন কৰাৰ পাছত ভৰ্ত্তি হোৱা আৰু পঞ্চমৰ পৰা দশম অথবা অষ্টমৰ পৰা দশমলৈকে শ্ৰেণীসমূহ থকা বিদ্যালয়
a school attended after elementary school or middle school and usually consisting of classes from V to X or VIII to X
- উচ্চ মধ্যবিত্তus.so mo.dhyo.bit.toAbstract Noun
মধ্যবিত্ত আৰু উচ্চবিত্ত লোকসকলৰ মাজৰ শ্ৰেণীটো৷ সাধাৰণতে বেছি বেতনধাৰী পেচাদাৰী লোকসকল আৰু তেওঁলোকৰ পৰিয়ালসমূহ এনে শ্ৰেণীত পৰে৷
the social group between the upper and the middle class made up of well-paid professionals, managers, and their families.
- উচ্চ মাধ্যমিকus.so ma.dhyo.mikAbstract Noun
আনুস্থানিক শিক্ষাত একাদশ আৰু দ্বাদশ শ্ৰেণী।
In formal Education, class eleven and trelve.
- উচ্চ মাধ্যমিক বিদ্যালয়us.so ma.dhyo.mik bi.dya.loyCommon Noun
প্ৰাথমিক বা মাধ্যমিক শিক্ষা সমাপন কৰাৰ পাছত ভৰ্ত্তি হোৱা আৰু পঞ্চমৰ পৰা দশম অথবা অষ্টমৰ পৰা দশমলৈকে শ্ৰেণীসমূহ থকা বিদ্যালয়
a school attended after elementary school or middle school and usually consisting of classes from V to X or VIII to X
- উচ্চ ৰক্তচাপus.so rok.to.sapProper Noun
প্ৰাণীদেহত স্বাভাৱিক মাত্ৰাতকৈ ৰক্তৰ চাপ অধিক হোৱা এটা অৱস্থা বা ৰোগ৷
a common disorder in which blood pressure remains abnormally high (a reading of 140/90 mm Hg or greater)
- উচ্চ-উৎপাদনক্ষমus.so-ut.pa.don.khyomVerbal Adj.
কৃষি বা উদ্যোগত বেছিকৈ উত্পাদন দিব পৰা
giving a large amount of agricultural or industrial production
- উচ্চ-বংশীয়us.so.bong.xi.yoVerbal Adj.
উচ্চ বা সমাজত মানী বংশত জন্মা
of high rank by birth
- উচ্চ-শিক্ষিতus.so-xi.khyitProper Adj.
উচ্চ শিক্ষা গ্ৰহণ কৰোতা
having higher education
- উচ্চণ্ডProper Adj.
অতি বেচি বা যথেষ্ট প্ৰবল; যেনেঃ প্ৰচণ্ড চাপ
Something very large or considerable, like tremendous pressure
- উচ্চতমus.so.tomProper Adj.
সবাতোকৈ ওখ
higher than any other
- উচ্চতম ন্যায়ালয়us.so.tom ni.ya.loyCommon Noun
কোনো দেশৰ মুখ্য ন্যায়ালয়।
the highest court of law in a country,e.g. in India.
- উচ্চতাNoun
ওখ গুণ বা অবস্হা; মহত্ত্ব; বিণ. উচ্চমনা বি. ডাঙৰ বা মহৎ মনৰ; মহামতি; ওখ বা ডাঙৰ মনৰ
height; greatness ; high-minded
- উচ্চতৰus.so.torProper Adj.
pertaining to superior quality
- উচ্চতৰ মাধ্যমিকus.so.tor ma.dhyo.mikAbstract Noun
আনুস্থানিক শিক্ষাত একাদশ আৰু দ্বাদশ শ্ৰেণী।
In formal Education, class eleven and trelve.
- উচ্চপদস্থus.so.po.dos.thoProper Adj.
ৰূপ-গুণ অথবা অৱস্থাৰ উন্নতি হোৱা।
Standing above others in quality or position.