উচুপ্
ucup
অৰ্থ
1.
অৰু. ধা. সৰুকৈ কান্দ্; ফেঁকুৰি কান্দ্
to sob
2.
শীঘ্ৰে বাঢ়ি আহ্ (শস্য); যেনে-"ধানডৰা উচুপি আহিছে"
to grow rapidly
অক. ধা.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ
ucup
অৰু. ধা. সৰুকৈ কান্দ্; ফেঁকুৰি কান্দ্
to sob
শীঘ্ৰে বাঢ়ি আহ্ (শস্য); যেনে-"ধানডৰা উচুপি আহিছে"
to grow rapidly
অক. ধা.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ