কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘খ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- খৰলি পিট্
বৰকৈ অসুখ-অশাঁত প্ৰকাশ কৰ্; হাই-উৰুমি কৰ্; ধুম-ধুপাম কৰ্
to express anger and uneasiness in a restless manner
- খৰলিপাকNoun
ঘূৰ-পাক; বেগাই ঠাইতে ঘূৰি মৰা পাক
a quick turn or revolution
- খৰলীয়াkharalīẏāNoun
শুকান; ৰস নথকা
dry
- খৰশানkharaśānaAdjective
শানত দিয়া; চোকা
sharp
- খৰসোঁতাProper Adj.
খৰকৈ বোৱা বা তীব্ৰ বেগী সোঁত থকা
flowing at a high speed or flowing speedily with strong current
- খৰস্ৰোতাkho.ro.sro`.taProper Adj.
খৰকৈ বোৱা বা তীব্ৰ বেগী সোঁত থকা
flowing at a high speed or flowing speedily with strong current
- খৰাNoun
বৰষুণ নোহোবা, এতেকে গৰম বা তাপযুক্ত বতৰ; অনাবৱষ্টি; ৰ'দালী বতৰ; যেনে -"জেঠৰ বাৰ খৰ"
drought
- খৰাkharāTransitive verb
খাৰণি পানীত তিয়াই শুকা
to impregnate with alkali
- খৰা-মৰাkho.ra-mo.raProper Adj.
সচৰাচতে থকা অলংকাৰসমূহ নথকা৷
without the usual furnishings, contents
- খৰাংkharāmAdjective
শুকান; বৰষুণ নোহোবা; যেনে-"খৰাং বতৰ"
dry
- খৰালিkharāliNoun
খৰকালি।
- খৰালিকালkho.ra.li.kalAbstract Noun
বছৰটোৰ ভিতৰত বৰষুণ নোহোৱা বা কমকৈ হোৱা সময়চোৱা
the season in which there is little or no rainfall
- খৰালিৰ শস্যCommon Noun
শীতকালি (খৰালি) উত্পন্ন হোৱা খেতি ৷
Rabi crops are harvested in winter season mainly in India and Pakistan. Crops that are grown from November to April.
- খৰাহিkharāhiNoun
বাঁহৰ মিহি কাঠীৰে সজা মুখ-বহল, টৌৰ আকৱতিৰ পাত্ৰ
a finely woven bamboo basket
- খৰাহীkho.ra.hiMaterial Noun
বাঁহেৰে নিৰ্মাণ কৰা পাত্ৰ ৷
a container made of cane or bamboo
- খৰিkhariNoun
জুই ধৰা বা জলোবাত ব্যবহাৰ কৰা শুকান কাঠ-বাঁহ আদি
fuel; fire-wood
- খৰি দিIntransitive verb
মৰা শ দাহ কৰ্ বা জুইত পোৰ্; মৱতকৰ কাঠ-সংস্কাৰ কৰ্
to burn, as a dead body
- খৰি দিয়াkho.ri.di.yaAbstract Noun
কোনো ব্যক্তিৰ মৃতদেহ দাহ কৰা বা খৰি দিয়া পৰ্ব৷
a funeral at which the dead body of person is burnt.
- খৰি দেVerb-Trans.
(শৱদেহ) জুইত পুৰি দাহ কৰ্
to reduce (a dead body) to ashes by fire, especially as a funeral rite
- খৰি- কাটনীয়াNoun
হাবিত খাৰি লোৰাৰ বাবে ইংৰাজে অসমৰ কোনো কোনো ঠাইত লগোবা কৰ
a tax levied for collecting fire-wood